মোৰ জীৱন আৰু মোৰ অনুভৱ
গোলাপ যে নহয় মাথো এটি ফুল, হৃদয়ৰ তেজেৰে লুতুৰি-পুতুৰি, টুকুৰা এটি মোৰ ভগ্ন হৃদয়ৰ, ৰাখিবা সযতনে তোমাৰ মন ফুলনিত, ফুলিব দিয়া আকৌ নতুন কলিটি, মৰহি যাব নিদিবা প্ৰেমৰ পাহি বোৰ, জীপাল কৰি তোলা প্ৰেমৰ শিপাবোৰ, তোমাৰ হৃদয়ৰ এধানি মৰমেৰে.....
No comments:
Post a Comment