মোৰ জীৱন আৰু মোৰ অনুভৱ
মুকবধিৰ হৃদয়ৰ অনুভূতি জানো প্ৰকাশ পাব হৃদয়ৰ ভগ্ন টুকুৰাবোৰ জানো কেতিয়াবা যোৰ লাগিব শোণিতৰ চকুলোৰ সোত জানো ৰুদ্ধ হব স্মৃতিৰ সফুঁৰা বুকুত বান্ধি জীয়াই আছোঁ মাথোঁ জীৱন বাটেৰে আগবাঢ়ি গৈছোঁ মাথোঁ অকলে নীৰৱে লক্ষ্যহীনভাৱে..... 💟